অসহ্য গৰমৰ পৰা কিছু হ’লেও মুক্তি পোৱাৰ দৰে লাগিছে৷ ছেপ্তেম্বৰ মাহৰ পৰা এপ্ৰিললৈ দিনকেইটা মুটামুটি ঠিকেই আছে৷ কিন্তু এই মে’ৰ পৰা আগষ্ট লৈকে দিনকেইটা মই বৰ এটা ভাল নাপাওঁ৷ বিশেষকৈ জুনৰ পৰা আগষ্ট লৈকে মহা…

(দিনৰ ১১ বাজিছে৷ যম ৰজাৰ অফিচৰ বাহিৰত কোলাহল৷ চিত্ৰগুপ্ত কম্পিউটাৰত ব্যস্ত, যম ৰজাৰ আসন খালী।) চিত্ৰ:- আস নোৱাৰি আৰু দেই৷ কেৰাণী চাকৰি হ’ল বুলিয়েইনো ইমান গেবাৰি খাতিব পাৰিনে? (এনেতে ঘামি-জামি যমৰাজ সোমাই আহে৷ ) যম:-…

ৰসগোলা নামৰ চমৎকাৰী মিঠাইবিধৰ লগত মোৰ সম্পৰ্ক বৰ এটা সন্তোষজনক নহয়৷ বৰঞ্চ, অভিজ্ঞতাৰ মোনাটো জোকাৰি দিলে মোনাটোৰ পৰা কেইটামান নীৰস আৰু নিৰ্দয় ‘গোল্লা’হে সৰি পৰে আৰু চকুৰ সমুখতে সিহঁতকেইটাই অতিকায় ৰূপ ধাৰণ কৰি মোক তৌবা-তৌবা…

নমস্কাৰ! মোক দেখি চিনি পাইছেই নহয় আপোনালোকে? তথাপিও পৰিচয়টো দি দিছো, মোৰ নাম ফটহু ফটাঢুলীয়া৷ এই যে আপোনালোকে কিবা কিবি কৰি জনাই নজনাই এখন আলোচনী উলিয়াইছে; আলোচনী চুপাৰ হিট হৈছে, কাৰ বাবে? এই ফটহুৰ বাবে৷…

(১) পটভূমি আৰম্ভ হব আজিৰ পৰা পয়সষ্ঠি বছৰমান আগৰ৷ আমাৰ চুবুৰীয়া এজন আছিল৷ নাম দণ্ডধৰ৷ ল'ৰাকালিত দণ্ডধৰ বৰ এলেহুৱা ল'ৰা আছিল৷ আমাৰ দেউতা-খুৰাৰ লগত চাৰি কিলোমিটাৰ দূৰৈৰ স্কুললৈ অহা যোৱা কৰে৷ গধূলিতে পঢ়া টেবুলত লেম…

আকাশবাণী কেন্দ্ৰ, ফটা-ঢোল৷ -৩৩১.১ মিটাৰত এইয়া উৰা বাতৰি পঢ়িছোঁ যোগ-বিয়োগ শইকীয়াই৷ আজিৰ প্ৰধান বাতৰি সমূহ হ’ল... >>>> কালি ৰাতি জিলাৰ প্ৰধান অগ্নি নিবাৰ্পক বাহিনীৰ কাৰ্য্যালয়ৰ চৌহদত অগ্নি সংযোগ হৈ কেইবাখনো অগ্নিনিৰ্বাপক যান জুইত জাহ যায়৷…

মহোৎসৱৰ নাম শুনিছো,ফল্গুৎসৱৰ নাম শুনিছোঁ৷ কিন্তু গুনোৎসৱৰ নাম আগতে শুনা নাছিলো৷ আনৰ কথা নাজানো, মোৰ দৰে শিক্ষকক কিন্তু এই গুনোৎসৱে ত্ৰাহি মধুসোদন দেখুৱাই দিছে বুজিছে৷ আমিবোৰেহে জানো৷ হেৰ’ অলপ প্ৰিপেৰেচন কৰিব নালাগে বুজিছে! এই গুনধৰ…

ধৰ্মক দোহাই, পৰম্পৰাক দোহাই, তেৰালৈ বুলি মনিছে আগবঢ়োৱা গোলাপী নিচা কণত মগন অৱস্থাটোকে ওৱাইন ফ্লু আখ্যা দিয়া হয়৷ বৰ্তমানৰ নৰ-মনিছ এই বিধ ৰোগত বৰকৈ আক্ৰান্ত৷ চৰকাৰী বিজ্ঞাপন, আইন কানুন সকলো নেচেল, গালো-বালো সব খোলাকটি তাল৷…

(ওপৰঞ্চিঃ ৭৯-৮৫ৰ অসম আন্দোলন কেৱল বিদেশী বিতাৰণ বিষয়তে সীমাৱদ্ধ নাছিল। এই আন্দোলন জাতীয় একতা -সমন্বয়ৰ পৰিচায়কো আছিল। এই ঐক্য-সম্প্ৰীতিয়ে সৃষ্টি কৰিছিল বহুতো লোকোক্তি,সাধুকথা, গীত-মাত,দুখ-বেদনাৰ কাহিনী, নানা ৰসিক কথা আৰু ঘটনা। প্ৰচাৰিত হৈছিল বহু ঐতিহাসিক বাতৰি,…

পানীপুৰ নামেৰে এখন গাঁও, তাতেই ঘৰ খাৰঘৰীয়াৰ। পেছাত তেওঁ পশু চিকিৎসক। মানুহৰ ঘৰে ঘৰে গৰু, ছাগলী, কুকুৰ, মেকুৰী চিকিৎসা কৰি ফুৰে। পশু চিকিৎসা কৰি গৃহস্থৰ ঘৰত চাহ-তামোলেৰে মুখ ৰঙীন কৰিহে চকী এৰে। সুবিধা হ'লে মাজে-সময়ে…