শম্ভুনাথঃ এইয়া ,বি-ফোৰ আহি গ’ল? ফিফটি চি.চি.টকৈ অলপ কম যেন লাগিছে৷ হ’ব এয়াই চলি যাব৷ (সোমেনৰ প্ৰৱেশ) সোমেনঃ আহিলে ছাৰ৷ শম্ভুনাথঃ হয়, বৰ পলম হৈ গ’ল৷ চশমাখন বিচাৰি পোৱা নাছিলোঁ৷ সোমেনঃ চশমাখন দেখোন আপোনাৰ চকুতে…

অন্তিম খণ্ড আগৰ খণ্ডত মাহ-হালধিৰে নোৱাই-ধুৱাই মণি, কুন্তলৰ কইনা হ’ল। সকলো নিয়ম নীতিৰে বিয়া হৈ আহি মণিয়ে কুন্তলৰ পদূলি গচকিলেহি। কুন্তলৰ ঘৰৰ সকলোৱে মৰম-সাদৰে মণিক আদৰি ল’লে। মণিয়েও কুন্তলৰ ঘৰখনক অতি সোনকালে নিজৰ কৰি ল’লে।…

ভূমিকালিপি:(মঞ্চ অনুযায়ী) ডঃ শম্ভুনাথ সেনগুপ্ত  - বৈজ্ঞানিক টুটুল - শম্ভুনাথৰ পুত্ৰ অণিমা - শম্ভুনাথৰ  স্ত্ৰী হৰি - ভৃত্য ডঃ সোমেন চ্যাটাৰ্জি - বৈজ্ঞানিক ৰমেশ - অনুষ্ঠানৰ কৰ্মী বেলা - সোমেনৰ পত্নী গণেশ - চুবুৰীয়া ঘৰৰ…

পাৰ্ট-১ ঋণমুক্ত জীৱনৰ আনন্দই সুকীয়া৷ যোৱাকালিতো তেনেই হৈছিল, প্ৰায় পোন্ধৰ বছৰ আগতে বাংগালুৰৰ পৰা এৰি অহা কোম্পানী এটাৰ ‘পি-এফ’ ৰ কিছু পইচা পৰহি পাইছিলো৷ ইজন সিজন কৰি বহুজনৰ ধাৰবোৰ বুকু ফিন্দাই যোৱা কালি ঘূৰাই দি…

আগৰ খণ্ডত মাহ-হালধিৰে নোৱাই-ধুৱাই মণি, কুন্তলৰ কইনা হ'ল। সকলো নিয়ম নীতিৰে বিয়া হৈ আহি মণিয়ে কুন্তলৰ পদূলি গচকিলেহি। কুন্তলৰ ঘৰৰ সকলোৱে মৰম-সাদৰে মণিক আদৰি ল'লে। মণিয়েও কুন্তলৰ ঘৰখনক অতি সোনকালে নিজৰ কৰি ল'লে। লগতে সৰু-সুৰা…

আগৰ সংখ্যাত। ব'ম্বে পুলিছৰ তীব্ৰ অভিযানক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি পলাই সাৰিছিল দস্যু অভিজিত কলিতা আৰু তেওঁৰ দুই বিশ্বস্ত সংগী নাচিকলৈ |কিন্তু পুলিছ অফিছাৰ বিজয় মহান্তিৰ গোপন যোগাযোগ ডি.চি.পি.ৰ হাতত পৰাত সন্ধান ওলোৱাৰ সম্ভাৱনা আহি পৰে…

তৃতীয় খণ্ডত। এটাৰ পাছত এটা ধুমুহাই চুৰমাৰ কৰি যোৱা মণিৰ হতাশাগ্ৰস্ত মনৰ খবৰ পাই ঢপলিয়াই আহিল কুন্তল। জীৱন্ত মূৰ্তিলৈ ৰূপান্তৰিত হোৱা মণিৰ হৃদয় পুনৰ জীপাল কৰি তুলিবলৈ কুন্তলক সময় লাগিল। অহৰহ প্ৰচেষ্টা আৰু বুজনিত মণিৰ…

দ্বিতীয় খণ্ডত: "মণিৰো মন গলিছে। মনতে ভাবিছে এইবাৰ চাপৰিৰ পৰা আহিলে কুন্তলক মনৰ কথা কব লাগিব। কিন্তু ভবা মতেই সকলোবোৰ নহয়, তাৰ আগতেই সম্পৰ্কীয় নবৌয়েকৰ ককায়েক প্ৰভাতৰ ঘৰৰ পৰা মণিলৈ বিয়াৰ প্ৰস্তাৱ আহিল। চহৰত চাকৰি…

যোৱা সংখ্যাৰ সাৰাংশ: ভাতৃত্বসুলভ এনাজৰীৰে ঐক্যতাত থকা আন্তৰ্জাতিক অপৰাধী তিনিজনে এটা এটাকৈ ৯ টা দুধৰ্ষ অভিযান চলাই কেবাখনো দেশৰ পুলিচ -ইণ্টাৰপ'লৰ মূৰৰ কামোৰ হৈ উঠিছিল | তাৰ মাজতেই দশম অভিযানটো ভাৰতত চলাবলৈ তিনিও লগ হৈছিল…