আবেলি বাৰাণ্ডাতে বহি আছিলো। ডিঙি মেলি মেলি ৰাস্তাৰ ফালে চাই আছিলো। কোনোবা এজনক পোৱা হ'লে। বহুদিন ভালদৰে কথা ক'ব পৰা নাই। কিমান কথাই যে মনত ঠাহ খাই আছে। কাৰোবাক ক'বৰ মন যায়। মনটো পাতলাবৰ মন…

আৰু মই নিশ্চিত হ'লো যে এটা জনপ্ৰিয় গীতৰ পলিফ'নিক সুৰৰ মূৰ্চ্ছনা বৈ আহিছে নাতিদূৰত টেবুলৰ ওপৰত ৰখা মোৰ ম'বাইল ফোনৰ পৰা- এই বাজিছে, বন্ধ হৈছে, আকৌ বাজিছে, মুঠ কথাত এক এলাৰ্ট টোন অৰ্থাৎ মোক সকীয়াই…

কিম জং উনৰ পিয়ংইগাঙস্থিত প্ৰাসাদোপম অট্টালিকাৰ অভ্যন্তৰৰ এক গোপন প্ৰকোষ্ঠত মই যোৱা আধাঘণ্টা ধৰি অপেক্ষাৰত অৱস্থাত৷ এনেতে এটা সংকেতধ্বনি বাজি উঠিল৷ এগৰাকী নীলনয়না সুবেশী ৰমণী আহি সুদৃশ্য কোঠাটোত উপস্থিত হ’ল৷ ৰূপহীৰ দুচকু সাগৰৰ দৰে গভীৰ,…

সিদিনা সমন্ধীয় পেহী এগৰাকীৰ ঘৰলৈ গৈছিলো৷ তাতে মাইনুক লগ পাই সুধিলো, বোলো বিয়াখন পাতি পেলা সেই ল’ৰাটোৰ লগত, যিটোৰ লগত তই ইমান দিনে হলি-গলি কৰি ফুৰিছ৷ তাই ক’লে সেই ডালৰ লগত মোৰ কেতিয়াবাই ব্ৰেকআপ হ’ল…

(খণ্ড-১) ডাবুলি ২০০৯ চনৰ লোকসভাৰ নিৰ্বাচন৷ Manpower Management Cell ৰ দায়িত্ব কিছু অমুকাৰ হাতত৷ ইলেকশ্যনৰ ডিউটি কৰিবলৈ মানুহৰ যোগাৰ কৰিব লাগে৷ প্ৰথম পৰ্যায়ৰ ট্ৰেইনিঙৰ বাবে মানুহলৈ চিঠিবোৰ গ’ল৷ তাৰ পাছত অমুকৰ অসুখ, কিডনীৰ সমস্যা, মানুহজনীৰ…

মোৰ মৰমৰ শিষ্যগণ, ভক্তবৃন্দ আৰু অতিকৈ মৰমৰ সুন্দৰীসকল- প্ৰথমতে, মোৰ আশ্ৰমলৈ সকলোকে হিয়াভৰা আদৰণি জনালোঁ৷ মনত অতিকৈ শুভ চিন্তাৰ উদয় হোৱা হেতুকে তোমালোকে এনে এখন কৰ্মশালাত ভাগ লোৱাৰ সুবিধা পাইছা৷ ভক্তগণ শুনা, হয়তো পূৰ্বজন্মৰ কোনো…

বিয়াগোম ফেচবুক চেলিব্ৰেটি বিশিষ্ট বৰ্মনে ঘড়ী ঘণ্টা, পঞ্জীকা আদি চাই ঠিক দহ বাজি পয়ত্ৰিশ মিনিট আৰু বাৰ চেকেণ্ডত দেশ, জাতি আৰু সমাজ উদ্ধাৰকাৰী ষ্টেটাচ এটা প্ৰসৱ কৰিলে৷ শনিবাৰৰ ৰাতিপুৱা৷ বৰ্মনৰ অফিচ সেইদিনা বন্ধ৷ গতিকেই ঠেং…

(১) এনেয়ে মই টিভি নাচাওঁ৷ অৱশ্যে চাবলৈ মন থাকিলেও উপায় নাই৷ ৰিম’ৰ্টটোৰ ওপৰত শ্ৰীমতীৰ অপ্ৰতিদ্বন্দী ৰাজত্ব চলে৷ এওঁৰ মতে, ”বেচি কথা নক’বা দেই৷ মই মাত্ৰ দিনত আৰু ৰাতিহে টিভি চাওঁ৷ বাকী সময়ত তুমি যি চোৱা…

আজি সভাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয় আৰু শিক্ষা গুৰু সকল৷ জয়জয়তে সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা ও সেৱা জ্ঞাপন কৰি আজিৰ আকস্মিক বক্তৃতাৰ মোৰ বিষয়টোৰ ওপৰত একাষাৰ ক’বলৈ ওলাইছোঁ৷ ভুল-ভ্ৰান্তি হ’লে গালি নিদিয়ে যেন৷ কিন্তু জোতা-চেন্দেল দিব…

পুৱা তেতিয়া ১০ বাজিছে ৷ অফিছত বহি আছো ৷ মোবাইলটো বাজি উঠিল ৷ চাই দেখিলো শ্ৰীমতীৰ ফোন ৷ সাধাৰণতে এই সময়ত তেওঁ ফোন নকৰে ৷ গাটো বাজিল ৷ কিবা অঘটন ঘটিল নেকি আকৌ ! ভয়ে…