ফটহু কাই - অই নগেন এই এপোৱাহে যে মাছ ল'লি। খাওঁতা তোৰ ঘৰত আঠটা নহয় জানোঁ। হ'বগৈ নে। নগেন - লগত আধা কিলো জলকীয়া লৈছো। থাকি যাব ককাই। ★★★★

গাৱঁৰ ধনী মানুহ এজনে তেওঁৰ কেইজনমান বন্ধুৰ লগত তেওঁৰ নিজৰ গাড়ীৰে বনভোজ খাবলৈ গ'ল। মানুহজনে গাড়ী নিজে চলাইছিল। লগৰ বন্ধু কেইজনে সম্মুখৰ গ্লাছ খনেৰে একো দেখা পোৱা নাছিল । কিন্তু মানুহজনে বাটটোৰ গাত বোৰৰ পৰা…

দুজন চোৰ বহু দিনৰ মূৰত মুকলি হৈ কথা পাতি গৈ আছে।এনেতে প্ৰথম চোৰ জনে সুধিলে-এতিয়া পিছে কি কৰিম বুলি ভাবিছা? দ্বিতীয় চোৰ জনে ক'লে-এইবাৰ ভাল কাম এটাকে বিচাৰিব লাগিব।তুমি কি কৰিম বুলি ভাবিছা? প্ৰথম চোৰ…

দৃশ্যপট : এটা শ্বপিং মল। প্রেমিকাৰ বিয়াৰ পিছত, সেই ব্যর্থ প্রেমিকৰ সৈতে পুৰণি প্রেমিকাৰ বহু দিনৰ পাছত দেখা দেখি হ'ল। (সুধো নুসুধোকৈ) প্রেমিকা : বিয়া পাতিছা? ব্যর্থ প্রেমিক : নাই। প্রেমিকা : কিয়? কেতিয়াও বিয়া…

আমাৰ নগেন এটা ইন্টাৰভিউ দিব গ'ল। ইন্টাৰভিউৱাৰ - তুমি বৰ্তমান কি কৰি আছা। নগেন - ইন্টাৰভিউ দি আছোঁ চাৰ। ইনটাৰভিউৱাৰ - নহয় পেছা হিচাপে কি কৰা। নগেন - একো নকৰো মই এজন নিবনুৱা। ইনটাৰভিউৱাৰ -…

অংক মাষ্টৰ মানে শ্ৰীমান দত্তৰ কথাকে ক’ব খুজিছো৷ যোৱা দেওবাৰৰ কথা৷ ঘৰত অকলে আছিল৷ ভাবিলে অকণমান ঘৰৰ কামকে কৰা যাওক৷ কি কৰিব কি নকৰিব ভাবি থাকোতে চকুত পৰিল ৱাশ্বিং মেচিনটো। “ঔকে! কাপোৰকে ধুই দিওঁ৷ কামো…

(১) আমাৰ ফটহু স্মাৰ্ট বাপেকে ২০ টকা দি ২ কেজি নিমখ আনিবলৈ পঠিয়ালে৷ ফটহু খুচ, বহুদিনৰ মূৰত পইচা পাইছে হাতত৷ দোকান গৈ পায়ে দেখিলে দোকানীয়ে ৰঙা-নীলা চিপ্চৰ পেকেট ওলোমাই থৈছে৷ ফটহুৰ জিভাৰ পানী পৰি গ’ল,…

(১) গ্ৰিন্দা স্বামী , মোক জোকাই লৈ তই ভাল কাম নকৰিলি| তই হয়টো নাজান ! wonders armyত ৰাকু দাৰ গুলি খাই গুন্দা কেইটাৰ যি খিনি তেজ ওলাই, সেই তেজক টমেট চচ বনাই ভেজ ৰ'ল বা…

ফে’চন যুগে যুগে সলনি হৈ থকা মাল৷ সেই সলনিটোক যি মানুহে গ্ৰহণ কৰিব নোৱাৰে, সি সমাজৰ চকুত আনকালচাৰ্ড জন্তু! গতিকে সমাজৰ চকুত কালচাৰ্ড জীৱ হৈ থাকিবলৈ মানুহে সময়ৰ লগত খোজ মিলাই পোচাক পৰিধান কৰে৷ কিন্তু…

দুপৰীয়া বন্ধবাৰ বুলি মবাইলটো লৈ অলপ বহি আছিলো ৷ টোপনি টোপনি ভাৱ এটাই ছানি ধৰিছিল ৷ হয়তো কালিৰ হেং অভাৰ শেষ হোৱা নাছিল ৷ চকু দুটা মুদি ধেৰ কিবা কিবি চিন্তা কৰি থাকিলো ৷ ------…