সংখ্যাটোৰ আঁৰৰ কথা ”ফটাঢোল ”ৰ ই-আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব লোৱাৰ সমান যোগ্যতা যে নাই সেয়া মোৰ বাৰুকৈয়ে জ্ঞাত। সেয়েহে ডিচেম্বৰৰ মাজভাগত প্ৰশাসকসকলৰ এজন ৰিণ্টুমণি দত্তই মোক আলোচনীখনৰ ফেব্ৰুৱাৰী মাহৰ সংখ্যাটোৰ সম্পাদনাৰ গুৰু দায়িত্ব ল’ব লাগিব বুলি…

‘ফটাঢোল’ ই-মেগাজিনখনৰ সপ্তম সংখ্যাটোৰ আঁৰৰ প্ৰধান কথাটো ‘বাওনা হৈ চন্দ্ৰলৈ হাঁত মেলা’ৰ দৰেই কথা এটা। মোৰ দৰে মুৰুখমতি এজনক সম্পাদকৰ দায়িত্ব দিয়া বা লোৱা বা সুকলমে দায়িত্ব পালনৰ চেষ্টা কৰাৰ আৰঁত যে কেইজনমান ব্যক্তিৰ প্ৰত্যক্ষ…

সংখ্যাটোৰ আঁৰৰ কথা--জীমনি গগৈ অক্টোবৰ মাহৰ শেষৰ ফালে প্ৰস্তাৱটো আহিছিল - ডিচেম্বৰ মাহৰ "ফটাঢোল" ই-আলোচনীখনৰ সম্পাদনাৰ দ্বায়িত্ব ল'ব লাগে। একে আষাৰে না কৰিছিলো। আনুষংগিক কেইবাটাও কাৰণৰ লগতে প্ৰধান কাৰণটো আছিল, ই-আলোচনী এখন সম্পাদনা কৰাৰ ক্ষেত্ৰত…

‘ফটাঢোল’লৈ আহিছিলো সন্মানীয় ব্যক্তি অভিজিতদা, জ্যোতিদাৰ লেখা দেখি, অকণমান হাঁহিম বুলি। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ প্ৰথমতেই এটা লেখা দিলো। ইমান মৰম পাম বুলি ভবাই নাছিলো। লাহে লাহে বহুত সন্মানীয় ব্যক্তিক লগ পালো। দুই এটাকৈ লেখা…

ফেচবুকৰ অন্যতম জনপ্ৰিয় হাস্য-ব্যংগ গোট ‘ফটা-ঢোল’ৰ মাহেকীয়া আলোচনীখনৰ প্ৰথম বৰ্ষৰ চতুৰ্থ সংখ্যাটিৰ সম্পাদনাৰ দায়িত্ব মোক অৰ্পণ কৰাৰ বাবে সম্পাদনা সমিতিৰ ওচৰত মই কৃতজ্ঞতা প্ৰকাশ কৰিলো লগতে “ফটাঢোল” গোটৰ প্ৰতিজন সদস্যক এই সুযোগতে কৃতজ্ঞতা তথা ধন্যবাদ…

ব্যংগ লেখা সকলোৰে বাবে সম্ভৱ নহয়৷ দেখাত সহজ যেন বোধ হ’লেও ই আচলতে অতি জটিল বিষয়৷ হয়তো ব্যংগ লিখিবলৈ সেয়েহে মই অপাৰগ৷ আজিৰ পৰা চাৰিমাহ পূৰ্বে দৈনন্দিন জীৱনৰ ব্যস্ততা আৰু কেতিয়াবা বিৰক্তিকৰ হৈ পৰা সময়বোৰৰ…

ফেচবুকৰ অন্যতম হাস্যব্যংগ গোট ‘ফটা-ঢোল’ৰ ব্যংগ সাহিত্যক জনপ্ৰিয় কৰাৰ প্ৰয়াস 'ফটাঢোল' ই-আলোচনীখনৰ দ্বিতীয় সংখ্যাটোৰ সম্পাদনাৰ দায়িত্ব দিয়াত শংকিত হৈ পৰিছিলো। কিয়নো সাহিত্য-চর্চাৰ সকলোতকৈ জটিল বিভাগটোৱেই হৈছে ব্যংগ সাহিত্য। প্ৰস্তাৱনা সংখ্যাটোৰ জনপ্ৰিয়তাও মোৰ শংকাৰ কাৰক হৈ…

অতি কম সময়ৰ ভিতৰতে বিশেষ জনপ্ৰিয়তা লাভ কৰা ফেচবুকৰ অন্যতম হাস্য ব্যংগ গোট 'ফটাঢোল' ৰ প্ৰথম প্ৰয়াস, ই-আলোচনীখনৰ প্ৰস্তাৱনা সংখ্যাটোৰ সম্পাদনাৰ গুৰুদায়িত্ব লবলৈ পাই মই অতিকে আনন্দিত আৰু গৌৰৱান্বিত। এই দায়িত্বভাৰ অৰ্পণ কৰাৰ বাবে ফটাঢোলৰ…