হাস্য-ব্যংগৰ মাহেকীয়া ই-আলোচনীখন আপোনালোকৰ হাতত তুলি দিবলৈ পাই আমি অত্যন্ত সুখী অনুভৱ কৰিছো৷ আলোচনীখনত "ফটাঢোল" গোটৰ সদস্য সমূহে গোটত প্ৰকাশিত কৰা লেখাৰ পৰা সম্পাদকে প্ৰকাশৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা লেখা তথা সাহিত্য জগতৰ প্ৰতিস্থিত…