সৰস্বতী ঘূৰি গ'ল। এইবাৰ মৰ্ত্যলৈ সাজু ধতুৰা আৰু গোলাপ। ফেচবুকত আগতেই আপডেট, এইবাৰ ধতুৰা আৰু গোলাপৰ তয়াময়া যুঁজ হ'ব। তাকে চাই দুই ফুলৰ গুৰুৱে নিজৰ চেকআপ এটা কৰি ল'লে। ত্ৰিশুলত ধাৰ দিয়া হৈ গ'ল। চিলিমটোৰহে…

ফুল নুফুলাকৈয়ে জীৱনৰ বসন্তবোৰ পাৰ হ'ব আৰম্ভ কৰিব ধৰিলে৷ প্ৰেমৰ নামত যি দুই-এটা কলি মনৰ বাগিছাত ফুলিব ধৰিছিল, তাকো ক’ৰবাৰ পৰা টপককৈ কোনোবা নহয় কোনোবা এটা ভোমোৰা আহি পৰি ৰেণু চুৰ কৰি লৈ গ'ল৷ আনে…

চেন্ট ভেলেন্টাইন এতিয়াও ক’মাত। ইফালে ভেলেন্টাইন ডে’ পালেহিয়েই! আনফালে তেখেত যোৱাবছৰ ক’মাত গৈছিল যি গ'লেই, এতিয়াও হুচ অহা নাই। যোৱাবছৰৰ কথা, চেন্ট ভেলেন্টাইনে ভাবিলে,  এতিয়াতো চৌদিশে মোৰ নামৰ জয়জয়কাৰ,  এবাৰ পৃথিবীলৈ গৈ ইঁহতে মোৰ নামত…

দিন বাগৰাৰ লগে লগে বিভূ আৰু প্ৰিয়ংকাৰো দূৰত্বৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে। আগতে সি ভাল পোৱা,  প্ৰেম আদিক লৈ বৰ বেছি ছিৰিয়াছ নাছিল। প্ৰিয়ংকাই তাৰ জীৱনক নতুন গতিপথ দিছে। হয়তো সি এতিয়াও তাৰ সদায়ৰ দৰে…

তেতিয়া চাকৰিত যোগদান কৰিছোঁ মাত্ৰ। হঠাতে মোৰ জীৱনলৈ পুনৰ আহিল প্ৰেম (পুনৰ প্ৰেম বুলি এই বাবেই কৈছোঁ- আগতেও দুজনীমান ছোৱালীৰ একপক্ষীয় প্ৰেমত হাবু-ডুবু খাইছিলোঁ)। ছোৱালীজনী বৰ মৰম লগা আছিল। মুখাৱয়বত  জনজাতীয় ঠাঁচ এটা আছিল। এনেয়েও…

তাইৰ হাতত ধৰি ন-পুখুৰী পাৰ্কত সোমাই গলোঁ৷ জীৱনত প্ৰথমবাৰৰ বাবে পাৰ্কত সোমাইছোঁ৷ তাকো কোনোবা ছোৱালীৰ লগত! এইখিনি সময় কেৱল মোৰ আৰু প্ৰেয়সীৰ, পৰস্পৰৰে৷ কিবা এটা অবুজ শিহৰণে জোঁকাৰি গ’ল সমগ্ৰ শৰীৰ৷ মাজত পুখুৰীটো লৈ অতিকায়…

শ্ৰী হৰি মৰমৰ ব্যাসপেন্নি, পথ্থমে মোৰ মৰম লবি। আশা কৰ্চ্চু তই ভালে আছা।আজি তোৰ বিয়া হবা দহ বছৰ হলে হাম্পাও। তথাপি তোৰ কথা মই আজিও পাহেৰবা পাৰা নাই জানচা। বাঁহৰ তলে গাছৰ তলে কেমান ঘুল্লু…