আৰৱ সাগৰৰ বীচ্চৰ ওপৰতে হোটেলখন। ঢৌৰ শব্দই এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত দুকাণত খুন্দা মাৰি যায়গৈ। সাধাৰণতে মই অলপ হে'ভী ব্ৰেকফাষ্ট কৰোঁ ফাইভ-ষ্টাৰ হোটেলত। আজি পিছে বেছি খাবলৈ মন নগ'ল। জাষ্ট এক প্লেট গ্ৰীলড্ মাছৰুম এণ্ড…

মোৰ নাম টেনছন গগৈ৷ মই এজন সন্দেহবাদী, অন্ধবিশ্বাসী আৰু ভয়াতুৰ মানুহ৷ আপোনালোকে চাগে ভাবিছে, টেনছন গগৈনো বাৰু মানুহৰ নাম হ’ব পাৰেনে! হয়, নোৱাৰে৷ স্বয়ং ময়ো ক’ম, নোৱাৰে৷ আজিৰ পৰা কেইদশকমানৰ পূৰ্বে যিদিনা এই পৃথিৱীখনত মোৰ…

এই গল্প, উপন্যাস লিখা কামটো মোৰ দৰে মানুহৰ বাবে মুঠেই নহয়৷ কিবাকৈ সৰুতেই লিখা-মেলাৰ প্ৰতি হেঁপাহ এটাই জন্ম ল’লে৷ আচলতে মোৰ কথা সাজি কোৱা, মিছা কোৱা অভ্যাসটোৱেই কলমটোৰ সান্নিধ্যত ৰূপ দিবলৈ সহজ বুলি ভাবিলোঁ৷ সেয়ে…

১) ঘটনাক্ৰমৰ আৰম্ভণি হৈছিল জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলত ভৰি দিয়াৰ দিনাখনৰ পৰা৷ লগৰবোৰক হোষ্টেলত থ’বলৈ মাক-বাপেকৰ উপৰিও ভায়েক-ভনীয়েক, মামা-মামী, খুড়া-খুড়ী, ওচৰ চুবুৰীয়া হিল-দ’ল ভাঙি আহে৷ মোৰ ক্ষেত্ৰত কিন্তু পঢ়াকালত সদায় এই দিশত ব্যতিক্ৰম হৈয়ে…

কিছুমান সৰু কথা কেতিয়াবা জীৱনলৈ মনত ৰৈ যায়৷ কিছুমানে হয়তো এনেকুৱা কথাত একো ৰস নাপাব৷ সকলো লোকৰে ৰস স্বাদনৰ অনুভূতি বোৰ বেলেগ বেলেগ৷ আটাইতকৈ লাজ লাগি যোৱা কথাটো হ’ল ধৰক আপুনি কাৰোবাক এটা ৰস লগা…

ফটা-ঢোলৰ গৰজনিত মেদিনী কম্পমান উচাহতে হিঁয়াই নাচে জুৰি ঐক্যতান। সৰু বৰ মিলি সবে খজুঁৱতি মাৰে ছেগ পালেই সকলোৱে উভতি কামোৰে। কেনে যে বিচিত্ৰ এই ঢোলৰ চাপৰি ডেকা বুঢ়া নাচে সবে বাগৰি বাগৰি। আছে মহা ধুৰন্ধৰ…

কৰ্মব্যস্ততাৰ বাবে মোৰ এজন বন্ধুৰ ফেচবুক একাউণ্ট নাছিল৷ দুসপ্তাহমান আগতেহে একাউণ্ট খুলিছে৷ কালি সন্ধিয়া একেলগে বহি থাকোতে দুপেগমান খোৱাৰ পিছত সি লাজ লাজকৈ ক’লে - “ফেচবুক আচলতে ভালেই বস্তু বে৷ মই আগতেই খুলিব লাগিছিল৷ নতুন…

আজি পুৰা দুইবছৰ হৈ গ’ল এইটো ঘটনাৰ৷ কিন্তু বিহাৰৰ বচৱৰীয়া (বানান বসৱৰিয়া) গাঁৱত মোক এতিয়াও বেওৰা বুলিয়েই জানে৷ জানে মানে ভালকৈ মনতো ৰাখিছে৷ ইয়াৰ পৰা গৈ থকা মানুহক খবৰো লয় “ৱ বেওৰা জিন্দা হ্যায় কে…

মানৱ সভ্যতাৰ আদিযুগৰে পৰা, কেতিয়াও মানুহৰ পিছ নেৰা এটা প্ৰশ্ন হ’ল- এই নিৰন্তৰ জন্ম মৃত্যুৰ ৰহ্স্য। ক’ৰ পৰা আহো আমি, কিয় আহো এই পৃথিৱীলৈ, মৃত্যু কি? কি আছে এই কুলিকাময় মৃত্যুৰ সিপাৰে? সঁচাকে কৰবাত আছেনে…

কেতিয়াবা নভবাকৈ যে কেনেধৰণৰ খেলিমেলি কিছুমান হয় নহয়, পাছত সেইবোৰ মনত পৰিলে এনেয়ে হাঁহি উঠি থাকে৷ মোৰ এজন বন্ধু আছে৷ নাম ইন্দ্ৰজিত৷ বন্ধুৰ লগত এতিয়ালৈ মোটামুটি এটা ভাল সম্পৰ্ক আছে৷ পূজা, বিহু বুলি ফোনৰ জৰিয়তে…