ৰ’ব ৰ’ব! হাঁহিৰ ওপৰত কিবা জ’ক্ হ’ব বুলি ভাবিছে নেকি? নে কিবা কাহিনী! নে হাঁহিৰ ওপৰত কিবা সৰস ৰচনা! তেনে একো নহয়। আমাৰ সকলোৰে জীৱনত আমৃত্যু পৰ্যন্ত হাঁহিৰ লগত এক এৰাব নোৱাৰা সম্বন্ধ আছে। তাৰেই…

'তই এটা ভাল ক'মেডী মানুহ আছে ৰে' - ঘৰৰ ওচৰৰ গেলামালৰ দোকানী বিহাৰী মহাবীৰে এদিন মোক সৰু থাকোতে কৈছিল। এই ক'মেডী শব্দটো প্ৰথম শুনিছিলো তেওঁৰ মুখত। শব্দটোৰ অৰ্থ মই সেই সময়ত বুজা নাছিলো।মই আচলতে কি,…

ৰাতিপুৱাই অন্তৰত খুব বেয়াকৈ আঘাত পালো ৷ টকাৰ কাৰণে মানুহবোৰ যে পশুতকৈও অধম হৈ গৈছে সেয়া আজি মৰ্মে মৰ্মে উপলব্ধি কৰিছো ৷ টকাৰ প্ৰয়োজন নিশ্চয় আছে ৷ কিন্তু টকাতকৈওতো ডাঙৰ বস্তু এটা পৃথিৱীত আছে ৷…

দুহেজাৰ চনৰ কথা৷ তেতিয়া মই দিল্লীত৷ ৱেষ্ট পেটেল নগৰৰ ভাড়ালৈ লোৱা এজনীয়া ৰূম এটাত কোনোমতে মুৰ গুজি আছিলো৷ দিল্লীত থকাৰ উদ্দেশ্য আছিল দুটা৷ কম্পিউটাৰ নেটৱৰ্কিঙৰ এডভান্সড ক’ৰ্চ এটা কৰা আৰু লগতে কিছু অভিজ্ঞতা গোটোৱা৷ কেইমাহমানৰ…

ৰাধিকা বৰ্মনৰ সমস্যা বেছি নাছিল। কেতিয়াও জীৱনত কল্পনা কৰা নাছিল যে তেওঁৰ ঘৰত কেতিয়াবা স্কুটাৰ এখন সোমাব। গতিকে তেওঁ বাৰাণ্ডালৈ উঠি যোৱা খটখটিটোৰ মাজত হেলনীয়াকৈ পকাৰে স্কুটাৰ উঠাব পৰা চিষ্টেমটো বনোৱা নাছিল। তেওঁৰ ৰেলী চাইকেলখন…

'বহুত কথা লিখি পেলাব পৰা যায়' অংকুৰে লিখাৰ বিষয়বস্তুৰ ওপৰত মোক পৰামৰ্শ দি ক'লে,'এটা এৰি অহা বছৰৰ ওপৰত চাবলৈ গ'লে,যিটোৰ পৰিসৰ কম নহয়,৩৬৫ টা দিনৰ সমাহাৰ,তেনে এটা বছৰত ঘটি যোৱা বিভিন্ন ঘটনাৰ ওপৰতে তই টিপ্পনী…

‘ফটাঢোল’ ই-মেগাজিনখনৰ সপ্তম সংখ্যাটোৰ আঁৰৰ প্ৰধান কথাটো ‘বাওনা হৈ চন্দ্ৰলৈ হাঁত মেলা’ৰ দৰেই কথা এটা। মোৰ দৰে মুৰুখমতি এজনক সম্পাদকৰ দায়িত্ব দিয়া বা লোৱা বা সুকলমে দায়িত্ব পালনৰ চেষ্টা কৰাৰ আৰঁত যে কেইজনমান ব্যক্তিৰ প্ৰত্যক্ষ…

আপুনি বুদ্ধিজীৱী হ'ব খোজে নেকি? বিচাৰে নেকি যে আপুনি প্ৰতিটো চেনেলৰ, প্ৰতিটো টিভি শ্ব'তে আমন্ত্ৰিত হওক, অসমৰ ৰাইজে আপোনাৰ কথা ধ্ৰুৱসত্য বুলি ধৰি লৈ আনকি নিজৰ প্ৰাণো দিবলৈ সাজু হওক। মনুষ্য জাতিয়ে ভাবিবপৰা সকলো বিষয়তে…

জীৱনত কৰাৰ ভিতৰত আটাইতকৈ বেছিকৈ চাগৈ 'ওস্তাদি'কে কৰিছো। জনা কথাটোততো কৰোৱেই নজনাটোতো মুখেদি বা চকুৱেদি এনেকুৱা এটা ভাৱ দি থাকো যে, এইটোনো কিবা কথা হ'লনে! আমিতো আগতেই জানো। কওঁতাজনেহে শেষত ভাবিবলৈ বাধ্য হয় যে, ইচ্,…