সৰস্বতী ঘূৰি গ'ল। এইবাৰ মৰ্ত্যলৈ সাজু ধতুৰা আৰু গোলাপ। ফেচবুকত আগতেই আপডেট, এইবাৰ ধতুৰা আৰু গোলাপৰ তয়াময়া যুঁজ হ'ব। তাকে চাই দুই ফুলৰ গুৰুৱে নিজৰ চেকআপ এটা কৰি ল'লে। ত্ৰিশুলত ধাৰ দিয়া হৈ গ'ল। চিলিমটোৰহে…

: চেণ্ডেল আছে না....খুড়া ? : কাই কছানু ? " :মই তৰুণ " : অ অ অ, আছেই আছেই, ঘৰ'ৰ চলতু হৈ এমান দেৰি কৰাহনা অ' তই! ৰাইজে নি সাঙেই কৰব' ইথান! দিনটোত এয়ে প্ৰথম…

অসমীয়া ছবি আৰু অভিনেত্ৰী চেতনা দাস- এই দুয়োটা নামেই ইটোৱে-সিটোৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত। ক’বলৈ গ’লে যেন একেটি মুদ্ৰাৰ ইপিঠি-সিপিঠি। নিজকে মঞ্চ অভিনেত্ৰী বুলি অভিহিত কৰিলেও অসমীয়া ছবি জগতলৈ চেতনা দাসৰ অৱদান যে অপৰিসীম সেয়া অসমীয়া…

'আহানা!' তেওঁৰ আহ্বানত মোৰ উখল-মাখল লাগিল৷ তথাপি মই যেন একো শুনাই নাই, এনে ভাৱত কৰি থকা কামটোতেই মন দি থাকিলোঁ৷ 'এতিয়াই আহা৷’ মোৰ খেলি-মেলি লাগিল। কি কৰা যায়! 'এতিয়া, এই মুহূৰ্ততেই আহা৷’ মই অস্থিৰ হৈ…

মানুহ এজাকৰ বাট হেৰাইছে৷ পৰুৱাই পোৱা মানুহৰ দশা হৈছে তেওঁলোকৰ৷ তেওঁলোকৰ আচাৰ ব্যৱহাৰত পৰিস্ফুট হৈ উঠিছে আত্মম্ভৰিতাৰ ছবি৷ক্ৰমান্বয়ে  বিৰল হৈ আহিছে বিনয়ৰ দৃষ্টান্ত৷ এনে অনুভৱ হৈছে যেন সোঁচৰা বেমাৰৰ দৰে বিয়পিছে এই অহংকাৰৰ বীজাণু৷ এইচাম…

মোৰ জন্মৰ সময়ত কৃষ্ণ কৃষ্ণ বুলি নেদেখাজনৰ নাম সোঁৱৰিবলৈ মোৰ আইতাই হেনো মোৰ নামটোৰ মাজত কৃষ্ণক সুমুৱাই থৈছিল৷ তেওঁ কৃষ্ণ কৃষ্ণ বুলি মাতিছিল৷ কিন্তু কোন অময়াপুৰীত কৃষ্ণক তেওঁ পাইছিল সেই কথা হ’লে জনা নহ’লগৈ৷  …

ঘপহকৈ ‘গা’ বুলি নোকোৱাই ভাল৷ ক'লে সাংঘাটিক সমস্যা হোৱাৰ প্ৰৱল সম্ভাৱনা৷ গান গাওঁ গাওঁ কৰি উচপিচাই থকা কোনোবাই 'গা' বুলি কোৱাৰ লগে লগে একোকে নাচাই কাণৰ পৰ্দা ফাটি যোৱাকৈ কণ্ঠত গৰ্দভ ৰাগ তুলিব পাৰে৷ তেতিয়া…

(১) অনুভৱ ব্যক্তিগত চেনেলৰ সাংবাদিকসকলক দেখিছে নহয়?  সেইযে, পানীত পৰি মৃত্যু হোৱা ডেকাল’ৰাটোৰ মাকে নদীৰ পাৰত বহি হাউলি-বাউলি হৈ কান্দি থকা অৱস্থাতো যে সোধে,- "আপোনাৰ ল’ৰাটোৰ এই মৃত্যুক আপুনি আত্মহত্যা নে হত্যা বুলি ভাৱে?" নাইবা,…