ফটাঢোল

কাৰ্টুন – দীপজ্যোতি তালুকদাৰ

☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆

– বোৱাৰী! অ’ বোৱাৰী ?

☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆

 

☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆

 

– তই সোনকালে আহ! বোৱাৰীৰ পেৰেলাইচিছ হৈছে নেকি? মুখখন বেকাঁ, চকুৰ মণি দুটা ওপৰত আৰু ডিঙিটোও বেকাঁ হৈ ৰৈ আছে..

☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆

 

তুমি একো চিন্তা নকৰিবা মা.. তাই চেল্ফি লৈ আছে !

 

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *