ফটাঢোল

নগেনৰ মাছ– গীতাঞ্জলী বৰা

ফটহু কাই – অই নগেন এই এপোৱাহে যে মাছ ল’লি। খাওঁতা তোৰ ঘৰত আঠটা নহয় জানোঁ। হ’বগৈ নে।
নগেন – লগত আধা কিলো জলকীয়া লৈছো। থাকি যাব ককাই।

★★★★

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *