ফটাঢোল

দুজন চোৰ– অনিমা দাস ।

দুজন চোৰ বহু দিনৰ মূৰত মুকলি হৈ কথা পাতি গৈ আছে।এনেতে প্ৰথম চোৰ জনে সুধিলে-এতিয়া পিছে কি কৰিম বুলি ভাবিছা?
দ্বিতীয় চোৰ জনে ক’লে-এইবাৰ ভাল কাম এটাকে বিচাৰিব লাগিব।তুমি কি কৰিম বুলি ভাবিছা?
প্ৰথম চোৰ জনে ক’লে-মই এইবাৰ এটা টৰ্চ কিনিম বুলি ভাবিছোঁ।
দ্বিতীয় চোৰ জনে আচৰিত হৈ সুধিলে-কিয়?
তেতিয়া প্ৰথম চোৰ জনে ক’লে-সেইবাৰ মই মানুহ এঘৰত চোৰ কৰিব যাওঁতে লকাৰ বুলি ভাবি ৰেদিওৰ ভলিউমটো ডাঙৰ কৰি বজাই দিছিলোঁ; ফলত ধৰা পৰিলোঁ।
★★★★

One comment

  • হেমন্ত কাকতি

    ধেত তেৰি! কি যে হব আৰু!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *