আপুনি ক’লে,
কাইলৈ দিম।
মই কাইলৈৰ বাবে ৰৈ আছোঁ।
আজি আহি আছে,
গৈ আছে।
আজি
আহি
আছে
গৈ আছে।
আপুনি ওঁঠত পেলাই দিম বুলি কোৱা
মৌটুপিৰ বাবে মই
ৰৈ আছোঁ।

********

Comments

  1. কালিবোৰ যে কেতিয়া আজি, এতিয়া আৰু এইমাত্ৰ হব!!!! ভাল লাগিল কবিতাটি

Leave a Reply

Your email address will not be published. Required fields are marked *