ফটাঢোল

কৌতুক – ধনজিৎ বৰুৱা

দুজন বন্ধু হাবিতলীয়া বাটেৰে গৈ আছিল , ভালুক এটা হঠাৎ আহিল ৷ এজন গছত উঠিল ,এজন মৰা ভাও জুৰি পৰি ৰ’ল ৷ভালুকে শুঙি গুছি গ’ল ৷ লগৰ জনে আহি ভালুকে কি ক’লে সুধিলে ৷ বন্ধুজনে ক’লে “কওঁ জানো !তই লাজ পাবি” ৷
কচোন ক
ভালুকটোৱে মোক ক’লে ” তই তু তয়ে কটা নিধক ,গছত উঠাটোৰ গাৰ গোন্ধও কম নহয় , কিমান দিন গা ধোৱা নাই।গীনিজ বুকত নাম উঠিব “

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *