ফটাঢোল

কৌতুক – দীপজ্যোতি নাথ

মোৰ নিচিনা অজলা ল’ৰালৈ ছোৱালী নপতে !!

তাই ঃ তুমি পেচা হিচাপে কি কৰা ?
মই ঃ টেট মাষ্টৰ !!
তাই ঃ ৱাও ! আৰু নিচাত কি কৰা ?

মই ঃ সেইটো নিচা লগাৰ ওপৰত নিৰ্ভৰ কৰে !!

তাই ঃ মানে ?
মই ঃ মানে বেছি নিচা লাগিলে মই বমি কৰো,আৰু কম লাগিলে কবিতা লিখো !!
তাই ঃ 😡😡 গাধ চাল্লা !! মোক মেচেজ নিদিবা নেক্সট !

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *