ফটাঢোল

কৌতুক – ৰিতন বৰুৱা

১)

পত্নী : হেৰি সোনকালে বজাৰলৈ যাওক।
পতি : কিয়
পত্নী : কিয় মানে ঘৰত একোৱেই নাই, চাউল, আলু, দাইল সমস্ত।
পতি : আৰু এটা বস্তু নাই নহয়
পত্নী :(আগ্ৰহেৰে) কি বস্তু।
পতি : (কওঁ নকওঁকৈ) পইছা।

২)

ৰাষ্টাত দুই বন্ধুৱে কথা পাতি গৈ আছে।
১ম বন্ধু : আজি গা ধোলা নে?
২য় বন্ধু : নাই ধোৱা। তুমি ধোলা?
১ম বন্ধু : ইচ! ইমান ঠাণ্ডা। passport size ধোলোঁ‌।
২য় বন্ধু : মানে বুজি নাপালোঁ‌।
১ম বন্ধু : ধেত অঁ‌কৰা, অকল মুৰটো ধোলোঁ‌ আকৌ। ডিঙি লৈকে।

☆★☆★☆

One comment

  • অভিজিৎ কাশ্যপ (চিকু)

    বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *