ফটাঢোল

কৌতুক – সঞ্জীব মজুমদাৰ

ফোন কৰি পত্নী এগৰাকীয়ে সুধিছে,
“ডাক্তৰবাবু, আমাৰ এখেতে ‘ডিচপিৰিন’ টেবলেট এটা খাই পেলালে। কি যে কৰি থাকে নহয় মানুহজনে! একো চাইড এফেক্ট নহয়তো?”
ডাক্তৰ: কি কৰিব আৰু! খালেই যেতিয়া, তেখেতৰ মূৰৰ বিষ উঠাকৈ কিবা এটা কৰক বা ক‌ওঁক।

☆★☆★☆

2 Comments

  • বিজিত নাথ

    বঢ়িয়া !
    ঔষধে ৰোগৰ.. অহ নহয়.. ৰোগে ঔষধৰ লগত এঘড়ী যুজিব লাগিব তেন্তে !

    Reply
  • Rajeeb

    😀 😀 😀

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *