ফটাঢোল

বিত্ত — কৌশিক দাস

বৃত্তৰ ভিতৰত
সকলোৰে চিত্ত
বিত্তৰ ভৃত্য
দ্ৰুত প্ৰবৃত্ত
জীৱনবোধৰ শেষকৃত্য;
আদৰিছোঁ বিত্ত
অপহৃত সুখৰ
নমস্য দৈত্য।
বিদায়ী বিত্ত
নিদ্ৰাহৃত
অসুখৰ নিথৰ সত্য!
দিশহাৰা
বিত্তৰ ইতিবৃত্ত!

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *