ফটাঢোল

কৌতুক — জনাৰ্দন ঠাকুৰ

এখন বিয়াত কাকতিদাই বহু পৰ ধৰি খায়েই আছিল, খায়েই আছিল। বিলনীয়াজনে বিৰক্তিৰে সুধিলে –

: আৰু কিমাননো নেখায় আপুনি হে?

কাকতিদা : মইও খাওঁতে খাওঁতে ভাগৰি গৈছো। অনিচ্ছা স্বত্বেও খাবলগীয়া হৈ আছে, কিয়নো নিমন্ত্ৰণী পত্ৰত লিখা আছে, ৰিচেপচনৰ সময় ৭ বজাৰপৰা ১০ বজালৈ।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *