ফটাঢোল

কৌতুক — ধ্ৰুৱ কাশ্যপ

বৰেণ্য : দেউতা তুমি মোক স্কুললৈ থ’বলৈ কিয় আঁহা? সকলোৰেচোন মাকবোৰহে আহে৷

বৰেণ্যৰ দেউতাক : সকলোৰে মাকবোৰে থ’বলৈ আহে বাবেইতো মই তোক থ’বলৈ আহোঁ৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *