আবেলি বাৰাণ্ডাতে বহি আছিলো। ডিঙি মেলি মেলি ৰাস্তাৰ ফালে চাই আছিলো। কোনোবা এজনক পোৱা হ'লে। বহুদিন ভালদৰে কথা ক'ব পৰা নাই। কিমান কথাই যে মনত ঠাহ খাই আছে। কাৰোবাক ক'বৰ মন যায়। মনটো পাতলাবৰ মন…

আৰু মই নিশ্চিত হ'লো যে এটা জনপ্ৰিয় গীতৰ পলিফ'নিক সুৰৰ মূৰ্চ্ছনা বৈ আহিছে নাতিদূৰত টেবুলৰ ওপৰত ৰখা মোৰ ম'বাইল ফোনৰ পৰা- এই বাজিছে, বন্ধ হৈছে, আকৌ বাজিছে, মুঠ কথাত এক এলাৰ্ট টোন অৰ্থাৎ মোক সকীয়াই…

ছমাহ মানৰ আগৰ কথা। কিতাপ এখন প্ৰকাশ কৰি উলিয়াম বুলি যো-জা চলাইছিলোঁ। প্ৰায় ত্ৰিশটামান কবিতা গোট খাইছিলও। কিতাপখনৰ নামটো কি দিম ভাবি উলিয়াব নোৱাৰি বন্ধু এজনক ফোন কৰিছিলোঁ। -"শুনচোন, মই মানে নামটো 'তোমাৰ হিয়াত মোৰেই…

পোন্ধৰ মিনিটমান হ'ল৷ মৰাৰ পিছত কাম বন বুলিবলৈ বিশেষ নাই৷ এনেয়ে ইফালে সিফালে ঘূৰি আছোঁ‌৷ সন্মুখৰ ঘড়ীটোত সময় চালোঁ, আঠটা বাজিছে৷ পঞ্জিকা হিচাপত আৰু দুঘন্টা আছে যমদুতক আত্মাটো হেণ্ডঅভাৰ কৰিবলৈ৷ মই সম্পূৰ্ণ সাঁজু হৈ আছোঁ‌,যমদূতৰহে…

____________________________________________________________________________________________________________________________  "অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ এয়ে পৃথিৱীৰ সেউজী দূবৰি যাউতিযুগীয়া সাঁথৰ "                        - নিৰ্মলপ্ৰভা বৰদলৈ সঁচাকৈয়ে, মানুহৰ জীৱনটো সুখ-দুখ, হাঁহি কান্দোনেৰে…

উত্ৰাৱল হৈ জপিয়াই ফুৰিছে খহুৱা ভেকুলী৷ কি হ’ল ভেকুলী তোৰ? তোৰ বিয়া পাতিবলৈ গঞাই তোক বিচাৰি ফুৰিছে৷ অ’ সেয়েহে ফুৰিছো লৱৰি৷ ৰ’দৰ পোৰণি, পিঠিৰ খহুত উঠিছে ৷ বিয়াৰ পীৰাত যদিহে উঠে ছট্ ফটনি, নালাগিবনে বাৰু…

অসহ্য গৰমৰ পৰা কিছু হ’লেও মুক্তি পোৱাৰ দৰে লাগিছে৷ ছেপ্তেম্বৰ মাহৰ পৰা এপ্ৰিললৈ দিনকেইটা মুটামুটি ঠিকেই আছে৷ কিন্তু এই মে’ৰ পৰা আগষ্ট লৈকে দিনকেইটা মই বৰ এটা ভাল নাপাওঁ৷ বিশেষকৈ জুনৰ পৰা আগষ্ট লৈকে মহা…

শইকীয়াই কাক কাক যে কোৱা নাই, কাক কাক যে অনুৰোধ কৰা নাই আজি নমাহে। ক’তনো নমাহ? ডাক্তৰে ভাল খবৰটো দিয়াৰ পৰাই আচলতে অনুসন্ধান, মানুহক অনুৰোধ কৰাৰ পৰ্বটো আৰম্ভ হৈছিল। কিন্তু পোৱা জানো ইমান সহজ? অফিচৰ পিয়ন,…

লেভেন্দাৰ ফুলবোৰৰ মাজে মাজে তাইৰ বেঙেনাবুলীয়া দুপাট্টাখন উৰুৱাই গৈ আছে। সি বিমুগ্ধ দৃষ্টিৰে তাইক অনুসৰণ কৰিছে। লেভেন্দাৰৰ মিঠা সুবাস আৰু ৰিব ৰিব বতাহ জাকে ৰোমাণ্টিক কৰি তুলিছে পৰিবেশটো। দুয়ো চঞ্চল হৈ পৰিছে। এপাকত তাই বতাহত…

অৱশেষত সেই দিনটো আহিছিল৷ কলেজীয়া জীৱনত প্ৰথমটো খোজ পেলোৱাৰ দিন৷ নতুন কলেজ, নতুন উদ্যম, নতুন পৰিবেশ, নতুন কিছুমান মুখ.. মুঠতে কিবা এটা অবুজ ভাললগা ভাৱে সেইদিনা মোৰ চাৰিওফালে ক্ৰীড়া কৰিবলৈ ধৰিছিল৷ সময় যোৱাৰ লগে লগে…