পুতলা নাচত হাস্যৰস – নয়নমণি হালৈ
লোক-সংস্কৃতি এটা জাতিৰ আত্মা। চহকী লোক-সংস্কৃতিয়ে এটা চহকী আৰু স্বাভিমানী জাতিৰ পৰিচয় বিশ্বৰ চকুত তুলি ধৰে। এইক্ষেত্ৰত আমি অসমীয়া জাতি অশেষ ভাগ্যৱান। আমাৰ সুপ্ৰাচীন আৰু বাৰে-ৰহণীয়া লোককৃষ্টি, গীতমাত, বাদ্য আদিয়ে আমাক গৌৰৱ কৰাৰ বাট মুকলি কৰি থৈ গৈছে। অসমী আইৰ বুকুত আজিও জীয়াই থকা তেনে এটা প্ৰাচীন লোককৃষ্টি হৈছে ‘পুতলা নাচ’। ‘পুতলা নাচ’ সমগ্ৰ পৃথিৱীৰ ভিতৰতে প্ৰাচীন লোক পৰিৱেশ্য কলা। কোৱা হয়, সমগ্ৰ পৃথিৱীৰ নাট্য কলা আৰু অভিনয় শিল্পৰ বীজ পুতলা নাচৰ মাজতেই অন্তৰ্নিহিত হৈ আছিল। অসমতো কালিকা পুৰাণৰ সময়ৰ
Read more