হাঁহি, সুখ আৰু কিছু ব্যংগ সৃষ্টিৰ প্ৰাণীসমূহৰ ভিতৰত একমাত্ৰ মানুহেই আৱেগ- অনুভূতিবোৰ শব্দৰ মাধ্যমেৰে প্ৰকাশ কৰিব পাৰে৷ মানুহে খং-ৰাগ, ভয়-ভীতি নতুবা দুখ-আনন্দ শব্দৰ মাধ্যমেৰে, মুখৰ অভিব্যক্তিৰ যোগেদি প্ৰকাশ কৰিব পাৰে৷ ইতৰ প্ৰাণীসমূহৰ মাজত মানুহৰ দৰে…

সুখ-দুখৰ জীৱনত নাথাকে যদি দুখ.. ক'ত জিৰাবহি সুখৰ চৰাই… দুখেও যে বিচাৰে সুখৰ আলয়...!! এমুঠি হাঁহি বিচাৰি পায়৷৷ সঁচাকৈ, বিশ্বত চিহ্নিত প্ৰতিটো জীৱৰ জীৱন সংগ্ৰামত ছাঁটোৰ দৰে দুখ কষ্টবোৰ লাগি থাকে। তাৰেই মাজত লুকাই থাকে…

____________________________________________________________________________________________________________________________  "অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ এয়ে পৃথিৱীৰ সেউজী দূবৰি যাউতিযুগীয়া সাঁথৰ "                        - নিৰ্মলপ্ৰভা বৰদলৈ সঁচাকৈয়ে, মানুহৰ জীৱনটো সুখ-দুখ, হাঁহি কান্দোনেৰে…

  "যি জীৱনত বজ্ৰ কঠোৰ দুখ-বেদনা নিৰ্য্যাতনৰ ঘোৰ বৰ্ষণ লাগি মত্ত মহৎ কাল বিজয়ী ৰুদ্ৰ লীলাৰ ভমক ভেদি অনল উঠে জাগি,...." "সেই জীৱনে কৰে কেৱল উৎপীড়নৰ অঙ্গ ছেদি জগত নিৰ৷" সময় আৰু কৰ্মৰেহে মানৱ জীৱনক…

অলপ ব্যক্তিগত অভিজ্ঞতা আৰু অনুভৱৰ কথা লিখিম বুলি ভাবিলো। অকালতে চুলি পকাৰ চেগ বুজি গহীন কথা কবলৈ চেষ্টা কৰা যেন হ'লে আগতীয়াকৈ ক্ষমা বিচাৰিলো। 'সময়ত নিসনি নিস্তাৰিত অন্ন, ৰূপে নিক্ষুভা'- গতিকে সৰু ঘটনা এটাৰ বৰ্ণনা…

সম্পাদকৰ ফটা মালিতা  :  সাহিত্য সমাজৰ দৰ্পণ৷ যি কোনো ধৰণৰ সাহিত্যকৰ্মৰ যোগেদি কোনো নহয় কোনো প্ৰকাৰে এটা জাতিৰ কমেও এটা দিশৰ চিত্ৰপট উপস্থাপিত হয়৷ হাজাৰ বছৰ আগৰ চৰ্যাপদ পঢ়ি আমি সেই সময়ৰ মানুহৰ সমাজ ব্যৱস্থা…