বিহু নচাৰ প্ৰতি দুৰ্বলতা খুব সৰুৰে পৰা। মোৰ তেতিয়া বয়স পাঁচ বছৰমান৷ ওচৰৰে বাইদেউ এজনীক বিহু শিকাবলৈ বিহুৱা ডেকাৰ দল এটা আহে। মোৰ আগ্ৰহ দেখি মায়ে তাত বিহু নাচ শিকাৰ সুবিধা কৰি দিলে। দহ দিন…

আগকথা: নমস্কাৰ। মোৰ নাম চোৰ। হয়, মোৰ নামটোৱেই চোৰ। ‘চোৰক চোৰে পাই’ বুলি মই মোৰ নামটোৱেই ‘চোৰ’ ৰাখিছোঁ । ক’বতো নোৱাৰি! কি ঠিক! নামটোও যদি চুৰি হৈ যায়। চোৰৰ যিহে উপদ্ৰৱ আজিকালি। আগে-পিছে, সোঁৱে-বাঁৱে, ওপৰে-তলে-চাৰিওফালে…

(১) দেউতাই অৱসৰ লোৱা তিনিবছৰ মান হ’ল। চৰকাৰী হিচাপমতে জ্যেষ্ঠ নাগৰিকৰ শাৰীত পৰিলেও দেউতাই পিছে কথাষাৰ এতিয়ালৈকে মনে-প্ৰাণে মানি লোৱা নাই। দেউতাই এতিয়াও এনে কিছুমান কাম কৰে যিবোৰ কৰিবলৈ যোৱাৰ আগতে ডেকা মানুহেও বহুতবাৰ ভাবিব।…

ল’ৰাক স্কুলৰ পৰা আনিবলৈ ৰাস্তাৰ কাষত বাছ নাইবা ট্ৰেকাৰৰ বাবে পৰ দি আছোঁ। বতৰটোও বৰ সুন্দৰ। কিনকিনীয়া বৰষুণ৷ বেগৰ ভিতৰত ছাতিটো আছে যদিও ৰোমাণ্টিকতাৰ আতিশয্যত ছাতিটো মেলিবলৈ মন যোৱা নাই। অলপ দেৰি ৰৈ থকাৰ পাছত…

বিভিন্ন সময়ত আমি সকলোৱেই বিভিন্ন যাত্ৰা কৰিছোঁ ৷ কেতিয়াবা প্লেনত, কেতিয়াবা ট্ৰেইনত আৰু কেতিয়াবা বাছ বা সৰু গাড়ীত। এই যাত্ৰাসমূহৰ কিছুমান অভিজ্ঞতা আৰু লটিঘটি আমাৰ মনত ৰৈ যায়। ৰে’ল-যাত্ৰাৰ অভিজ্ঞতাবিলাক সাধাৰণতে মনত থাকি যায়। তেনেকুৱা…

বাপেকৰ চুলি পকি যোৱাকৈ দুই-তিনিবছৰমান কুটুৰি কুটুৰি বাখৰে বাইক এখন সৰকালে৷ স্পর্টচ বাইক৷ পিছফালটো সাইলাখ উটৰ দৰে, ওখ৷ মানুহে সুধিলে সি কয় -“পঞ্চাছ-ষাঠিমানত চলোৱা বাইকেই নহয় সেইখন৷ কম বেগত চলালে কঁপে৷ সেয়ে এশত চলাবই লাগে৷”…

“ঐ মইনুল ফক্স, এখন হাতৰ খুচুৰা হ’বনে?” - পাঁচশ টকীয়াখন আগবঢ়াই গলিটোৰ মূৰতে থকা দোকানখনত ৰজনীগন্ধা কিনিবলৈ সোমালোঁ। “দাদা, মোৰ নামটা তোহ মইনুল হক হে,তুমি কি আৰু ফক্স লগাই মাতা! বিবিয়ে শুনিলে তেনেকেএ মাতা কৰবো…

বোধহয় ১৯৯৮ চন। জীৱনত প্ৰথমবাৰৰ বাবে কলকাতালৈ গৈছিলোঁ। ইতিমধ্যে চাকৰি আৰম্ভ হৈছে।মই হিন্দী আৰু ইংৰাজী অলপ-অচৰপ ক’ব পাৰিছিলোঁ যদিও বাংলা আগতে একেবাৰে নাজনিছিলোঁ। কিন্তু ১৯৯৩ চন মানৰপৰা চখতে বাংলা ক’বলৈ আৰু পঢ়িবলৈ অভ্যাস কৰিছিলোঁ। সেয়ে…

আমি সকলোৱে জানো, আমাৰ নগেন এজন জাতীয়তাবাদী নেতা। তেওঁ কোনো মতে মেট্ৰিকটো পাছ কৰি আৰু আগবাঢ়িব নোৱাৰিলে। গাওঁ-অঞ্চলৰ বিয়া সকামত মনোনিৱেশ কৰি এজন সুদক্ষ ‘বিয়া-সকাম খোৱা যুৱক হিচাপে বহু আগতেই খ্যাতি অৰ্জন কৰি থৈছে। বিয়া-সকাম…

সৰুতে মই খুব দুষ্ট আছিলোঁ৷ য’লৈকে মন যায় গুচি যাওঁ, যি মন যায় কৰোঁ৷ লগত এজাক সৈন্য-সামন্ত৷ মই সকলোৰে দলপতি৷ বাহিৰত দলপতি হৈ থাকি মনৰ ইচ্ছামতে যিহকে পায় তাকে কৰি ঘৰত আহি লাগিলে দেউতাৰ পিটনেই…