ফটা কীৰ্তন(তৃতীয় অধ্যায়) জয় জয় সভাসদ ফটাঢোল নিবাসী ৷ নিবেদিলো প্ৰণাম মই সভাৰ মধ্যে আসি ৷৷ নাৰী পৰ্ব নামে আজি তৃতীয় অধ্যায় ৷ বেকত কৰোঁ কিছু কথা ক্ষমিয়োক দায় ৷৷ গোটৰ মধ্যে আছে যত ৰমণী…

(১) তামাম উদাসীন চলন-ফুৰণ আচৰিত দেখোঁ কথন-মথন যান্ত্ৰিক ব্যস্ততা আত্মিক শূন্যতা সুখৰ পাছত দৌৰ আমৰণ৷ (২) আকাশ-কুসুম কল্পনা আজৱ-উদ্ভট কামনা গৈছে উটি জীৰ্ণ ভেটি হেৰায় সময়-চেতনা৷ (৩) প্ৰাণত আশাৰ অণু উৰে হেঁপাহৰ ৰেণু ক্ষয়িষ্ণু শৰীৰ…

বিহু পাতে অসমীয়াই হাতত নাই টকা, দাবী ধমকিৰে চান্দা তুলি বেলেগৰ খায় গঁতা ৷ পুঠি-কাৱৈ চিনি নাপায় খায় চালানী ৰৌ, বিহুৰ মঞ্চত তাণ্ডৱ কৰি পিঠিত পৰিল ঔ ৷ ওঁঠত নাই বৰহমথুৰি জেতুকা নাই হাতত, অসমীয়া…

(১) গাৰু আৰু গিলিপ, চুলি আৰু কিলিপ ফুল মানে টিউলিপ, আপী মানে দিপলিপ ইটিয়ে সিটিলৈ ভাবে মাজত কোনে মাতে ভাতপানী খাই ফুট গধূলিতে গায় ‘চুইট শ্লিপ’। (২) চকু আৰু চশমা, আচাৰ আৰু বৰমা, জিভা আৰু…

১) মধুপুৰৰ মিচেছ তিলোত্তমা দাস পৰিয়ালৰ সৈতে কৰে ভিল্লাত বাস গিৰিয়েকৰ ৰঙা চুলি ঘৈণীয়েক পেট কুলি চুলিয়াচুলি কৰি থাকে বাৰটি মাস। ২) চিটিবাছৰ চালক সি নাম গণেশ ভাং খাই ধৰে ৰাতি শিৱৰ ভেশ টোপনিক কৰি…

১) মন্ত্ৰী বিধায়কৰ মন বুজা টান ক্ষমতাত থাকোতেই কৰি লয় ধন ধান য’তে ত’তে ঘৰ বাৰী ডাঙৰ ডাঙৰ গাড়ী সভাত ভাষণ দিয়ে সকলো সমান৷ ২) ৰাতিটোতে জন্ম লয় নতুন গায়ক এটা গান গায়েই হৈ পৰে…

(অধ্যায় এক) শুনিয়োক সৰ্বজন মোহোৰ বচন৷ ফটাঢোল বৃত্তান্ত কিছু কহিবাক মন৷৷ আগে কিছু কথা কওঁ ধৰি চৰণত৷ ভাষা জ্ঞানে নিঃকিন মই কৰিলো বেকত৷৷ ব্যংগ কৰি কিছু কওঁ প্ৰভু নাম লৈয়া৷ ভুল হৈলে নিজ গুণে কৰিয়োক…

১) বাহিৰে ৰং-চং ভিতৰে কোৱাভাতুৰি পুৰুষৰ তুমি ধৰিব নোৱাৰা চাতুৰি শক্তি বুলি ভজিব মাতৃ বুলি পূজিব পুৰুষৰ হাতত যেন ক'ৰ্টৰ হাতুৰী ২) নাৰী দিৱসৰ শ্লোগান হ'ল সমতা আজুৰি হ'লেও লোৱা নিদিলে ক্ষমতা বছেৰেকত পালন এদিন…

বৃত্তৰ ভিতৰত সকলোৰে চিত্ত বিত্তৰ ভৃত্য দ্ৰুত প্ৰবৃত্ত জীৱনবোধৰ শেষকৃত্য; আদৰিছোঁ বিত্ত অপহৃত সুখৰ নমস্য দৈত্য। বিদায়ী বিত্ত নিদ্ৰাহৃত অসুখৰ নিথৰ সত্য! দিশহাৰা বিত্তৰ ইতিবৃত্ত! ☆★☆★☆

আঙুলিৰে বিবিধ কাম কৰে আঙুলিতে হেনো চিকিৎসা, আঙুলিৰো বিবিধ কাম আছে আঙুলি ভেদে যশস্যা। বুঢ়াই ধৰে, বুঢ়াই ঠেলে, বুঢ়াই মাৰে টিপচহী বুঢ়াই কৰে ভোটদানো দেশে থাকে সহি-মহি৷ তৰ্জ্জনীত চক্ৰ, তৰ্ক-বিতৰ্ক তৰ্জ্জনীয়ে উঠাই ভাষণ, তৰ্জ্জনীয়ে নিৰ্দিষ্ট…