(খণ্ড-৩) “সেইয়া দেখিছা, মই কৈছিলোনে? ভাওনা পাতিম বুলি শুনাৰ লগে লগেই মহিলা সমিতিয়ে বিসম্বাদ আৰম্ভ কৰিলেই৷” ৰিণ্টুমনি দত্তই বিজয়ক উদ্দেশি কৈ গ'ল৷ "এই বিসম্বাদ বস্তুটো অসমত এতিয়া ঘৰে ঘৰে৷ এসময়ত জিন্দাবাদ শুনিলো, তাৰ পিছত যাক…

(খণ্ড-১) মাজুলীৰ কোনোবা এখন অখ্যাত গাঁৱত কাতিমহীয়া কোনো এটা নিশাত এগৰাকী ধাই কেঁচুৱা এটা প্ৰসৱ কৰাই কঁপি উঠিছিল৷ কেঁচুৱাটো জন্মৰ পিছৰে পৰা মাতবোল নাই৷ তেওঁৰ জ্ঞান-বুদ্ধিমতে সকলোখিনি কৰাৰ পিছতো কেঁচুৱাটোৱে কন্দা নাই৷ এনেতে, আকাশত এক…

(ষষ্ঠ খণ্ড) তাবিজৰ মায়াজালত চিণ্টু লাহে লাহে আকৌ মনিকাৰ বশীভূত হৈছিল৷ তাত থকা দিনকেইটাৰ প্ৰতিদিন গধূলি চিণ্টু মনিকাৰ লগত প্ৰায়ে ওলাই গৈছিল আপাৰ মানহাটানৰপৰা অলপ পূৱত, ৮১০ ইয়ঙ্কাৰ এভিনিউত থকা এম্পায়াৰ চিটি কেচিনোলৈ৷ সুৰা, সুন্দৰী…

খণ্ড : এক : নামঘৰত নালাগে বুজিছা বিজয়, মিটিংখন দত্তৰ ঘৰতে দিয়া৷ নামঘৰত মোৰ মাটিত বহিবলৈ অলপ প্ৰব্লেম হয়, জানাই নহয়৷ কাকতিদাই বিজয়ক কথাষাৰ কৈ দত্তলৈ মানে ৰিণ্টুমনি দত্তলৈ ফোন লগালে৷ ৰিণ্টুমনি দত্ত, গাঁৱৰ উন্নয়ন…

আমাৰ যাত্ৰাপথৰ সকলো ভয়ৰ অন্ত পেলাই ২১ ঘণ্টীয়া যাত্ৰাৰ অন্তত সদৌশেষত আমাৰ জাহাজে আমেৰিকাৰ মাটি চুলেগৈ৷ নিউইয়ৰ্কৰ জন এফ কেনেডী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আমাৰ জাহাজে ব্ৰেক মাৰি অৱতৰণ কৰিলে৷ নিজৰ নিজৰ টালি টোপোলা উলিয়াই বিমানৰপৰা…

অণিমাঃ  ইঃ বৰ হাউ গুডু দেখুৱাইছে। তুমি হাউগুডুৰ কি জানা? একেবাৰে মাৰি বহুৱাই দিম। শম্ভুনাথঃ ইমান সহজ নহয়। অণিমাঃ হৈ যাওঁক এবাৰ। শম্ভুনাথঃ বেছ, হৈ যাওঁক। এই লাইন (ভৰিৰে লাইন টানে।) চু---উ--উ-- অণিমাঃ ৰ’বা,  ৰ’বা…

ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত নামিয়েই বিজয় আৰু মই প্ৰায় উৱাদিহ হেৰুৱালোঁ৷ চাৰিওফালে চায়েই জলক-তবক দেখিলোঁ৷ মই বোলো বিজয়, এই জাহাজ পৰা জেগাখনেই চোন ফ’ৰেনতকৈ কম নহয়! চিণ্টু আৰু মণিকাই এনেভাৱে গৈ আছে যেন একো…

প্ৰায় তিনি দিন চাইকেল চলাই ভাগৰি পৰিছিলোঁ৷ বিজয়ৰো অৱস্থা বেয়া৷ ৰাস্তাই ঘাটে হোৱা নগুৰ নাকতিৰ কথা বাদেই দিলো৷ বিজয়ে এপাকত হুমনিয়াহ এটা কাঢ়ি ক’লে – “কাকতি দা, বাদ দিয়ক, ঘৰলৈয়ে যাওঁ!আৰু নোৱাৰিছোঁ৷ মোৰো মানুহজনী কান্দি…

  অণিমাঃ নাই, তোমালোকৰ গিনিপিগ আছে, বান্দৰ আছে তাৰ ওপৰত পৰীক্ষা কৰা। নিজৰ ওপৰত এই ভূতৰ ঔষধ আৰু পৰীক্ষা কৰিবলৈ নিদিও। শম্ভুনাথঃ ( শান্ত আৰু দৃঢ় স্বৰে) গ্লাছটো দিয়া অণিমা,  মই টেষ্ট কৰিবই লাগিব। অণিমাঃ…