কলিতা খুৰাই আজি নতুন বছৰৰ পহিলা দিনটোত সংকল্প লৈয়ে পেলাইছিল-এইবেলি আনৰ ভুল ধৰা,সমালোচনা কৰা,প্ৰতিবাদ কৰা..সব বন্ধ৷ দিনটো তেওঁ চকু-কাণ চেপি পাৰ কৰিলে। কিন্তু এই ৰাতিখন তেওঁৰ সংকল্পত আউল লাগিল। আচলতে তেওঁৰেই পুত্ৰ টিংকুৱে লগালে জগৰটো।…

(১) সুখ পিঁয়াজ ম’ম খাই থাকোঁতে অপ্ৰত্যাশিতভাৱে মাংসৰ নেন’টুকুৰা এটা পালোঁ৷ মনটো কিবা ভাল লাগি গ’ল ৷ তাক মই মৰমতে চিকেন ম’মৰ পইচা দি আহিলোঁ৷ (২) সন্দেহ ক্লাছত বুজাই উঠি প্ৰফেচাৰে ক’লে- -তোমালোকৰ যদি কিবা…

আজিকালি ল’ছালিবোৰ আগতকৈ সিয়ান হ’ল। মুখত মাত ফুটিলেই আগতে A,B,C,Dহে শিকে। সেয়েহে থিয়দঙা দিব পৰা হোৱাৰ পৰাই অভিভাৱকৰ স্কুল বিচৰা আৰম্ভ হয়েই। আমাৰ বিদ্যালয়লৈও এইবাৰ অকণমানি কেইজনমান আহিছে। কেইদিনমানৰ আগতে তাৰে এজনক মই নাম ক’বলৈ…

বৰুৱা বর্তাৰ ল’ছালি মুঠেই সাতটা। নিচেই সৰু সংসাৰ, তাকে লৈ বর্তাৰ অন্তৰত অকণো দুখ নাই। ল’ছালিমখাও ইটোতকৈ সিটো চৰা । এটাই যদি মুঠেই বত্ৰিছ দিন গা নোধোৱাকৈ থাকে,আনটোৱে আকৌ নাকেৰে ওলমি থকা বৰলৰ টোপ নিজৰেই…

মাজতে এদিন আমাৰ বিজয়,দেৱজিত শইকীয়া, মানস শইকীয়া আৰু ৰামানুজ গোঁসাই, কিবা এটা কামত একেলগে হেকা দাৰ(হেমন্ত কাকতী)ৰ ঘৰলৈ গ’ল। দাদাই বোলে-“চাহ একাপ খোৱা ৰ’বা৷” এইবুলি বৌক তেওঁ চাৰি কাপ চাহ বনাবলৈ ক’লে। বৌয়ে বোলে-“ডাঙৰ কথা…

হৰিচন্দ্ৰ বৰুৱা চাকৰিত সোমোৱাৰ দুদিনমান পিছৰে ঘটনা ৷ তেওঁৰ বন্ধু নৱ সেইদিনা প্ৰথমবাৰৰ বাবে বেংকলৈ গৈছিল৷ হাতত খুৰীয়েকে দিয়া 'চেক'খন৷ বেংকত দীঘলীয়া শাৰী৷ কাউণ্টাৰত আমাৰ হৰিচন্দ্ৰ৷ এঘণ্টামান ৰৈ যেনিবা নৱ গৈ কাউণ্টাৰৰ সন্মুখত উপস্থিত হ'ল৷সি…

বহুদিনৰ পাছত অন্য এখন ঠাইত চাৰ্কাচ দেখুৱাবলৈ গৈ এটা গাধই তাৰ বন্ধু,আনটো গাধক লগ পালে । মুকলি মনেৰে জংগলৰ ঘাঁহ খাই,মুক্ত জীৱনৰ সোৱাদ পাই প্ৰথমটো গাধ তেতিয়ালৈকে বেচ নোদোকা হৈ পৰিছিল । তাৰ আগৰ চেহেৰাই…

গুণ পেহী মানুহজনীক আচলতে কৃপণেই বুলিব নে খৰচী! ৰঙালাও বনালে হালধি নিদিয়ে, বোলে এনেয়েও ৰং উঠিবই, আকৌ হালধি দি কি হ'ব! এদিন ক'ৰবাত ফুৰিবলৈ যাওঁতে পেহীয়ে দোকানত খেজুৰ দেখিলে। পেহাক ক'লে বোলে মোৰ খেজুৰ খাবলৈ…

এইটো তেতিয়াৰ কাহিনী, যেতিয়া ৰিণ্টুদাই কুৱেইটী হোৱাতো বাদেই, বিয়াও পতা নাই৷ একেদৰে ভাস্কোৱেও ইউনিভাৰ্চিটি এৰি ধদুৱা মাৰি ফুৰিছে৷ এদিন দুয়ো ঢাবা এখনত লগ পাই দোস্ত হৈ গ'ল৷ দোস্ত মানে গেহেৰা দোস্ত৷ চাকৰি বাকৰি নাই৷ আক…

আমেৰিকালৈ যাম বুলি ভিচা ইণ্টাৰভিউৰ বাবে American Embassy পালোগৈ৷ অফিচাৰে বিজয়ক সুধিলে- আমেৰিকাৰ ক'ত যাব? বিজয় : চেন জ'চ (San Jose) অফিচাৰ : আমেৰিকাত San Hosey বুলি কয়৷ J টোক হ' নিচিনাকৈ উচ্চাৰণ কৰে৷ বিজয়ে…