পুণ্য শইকীয়া অসমৰ সাহিত্য জগতৰ এটি অতি পৰিচিত নাম৷ বৰ্তমানলৈকে প্ৰকাশিত ‘বন কেচেৰুৰ পাত’, "জিন্দাবাদ মূৰ্দাবাদ", "নিৰ্জন উপকূল(গীত)", "নেপথ্যত গুণগুণনি", "শব্দৰ কাৰ্টুন" আদি প্ৰায় সোতৰ খন গ্ৰন্থৰ লগতে প্ৰায় তিনিশ কবিতা, একুৰি আঠটা গল্প, প্ৰায়…

অনুৰাধা শৰ্মা পূজাৰী বৰ্তমান অসমীয়া সাহিত্যৰ পৰিচিত নাম। ১৯৯৮ চনত "হৃদয় এক বিজ্ঞাপন" নামৰ প্ৰথমখন উপন্যাস লিখি পাঠকৰ সমাজত সমাদৰ লাভ কৰা বাইদেৱে বৰ্তমান "সাদিন" কাকত আৰু "সাতসৰী" আলোচনীৰ সম্পাদনা কৰি আছে। তেখেতৰ কিতাপ নপঢ়া…

(মইনুল হক ডাঙৰীয়াৰ মূকাভিনয়ৰ এটা ভিডিঅ’৷ উৎস- ইউটিউব) যোৱা তিনিটা দশকৰ পূৰ্বলৈকে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত মূকাভিনয়ৰ কোনো ধৰণৰ চৰ্চাই নাছিল৷ তেনে এক সময়তে অসমত মূকাভিনয়ৰ বীজ সিঁচি এক সাংস্কৃতিক জাগৰণৰ সূচনা কৰা অন্যতম ব্যক্তি আছিল…

অসমৰ অভিনয় জগতৰ এক চিনাকী আৰু জনপ্ৰিয় নাম, কৰ্মই যাৰ পৰিচয় তেঁৱেই হৈছে অভিনেতা জয়ন্ত দাস৷ অভিনয় জগতত তেওঁৰ কৰ্মৰাজিয়ে তেওঁৰ ব্যক্তিত্বৰ সুন্দৰ ব্যাখ্যা দাঙি ধৰিছে৷ কৰ্মনিষ্ঠা আৰু প্ৰচেষ্টাৰ ওপৰত বিশ্বাস ৰাখি জীৱনৰ বাটত অগ্ৰসৰ…

কেনী বসুমতাৰীৰ বিষয়ে ~~~~~~~~~~~~~~~~~~~  কেনী দেউৰী বসুমতাৰী আজি অসমীয়া বোলছবি জগতৰ এক পৰিচিত নাম। বলিউডৰ কেইবাখনো কথাছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰি পৰ্দাত ভুমুকি মৰা কেনী বসুমতাৰীয়ে জনমানসত প্ৰতিস্থা লাভ কৰিবলৈ সক্ষম হয় তেওঁৰ ২০১৩…

নব্বৈৰ দশকৰ পৰা আজি লৈকে অসমীয়া ব্যংগ সাহিত্য জগতত তোলপাৰ লগোৱা বিশিষ্ট ব্যংগ লেখক ডা° বিকাশ বৰুৱাক চিনি নোপোৱা মানুহ হয়তো নোলাব ৷ সাহিত্য জগতত তেওঁ "বিকাশ মামা" নামেৰে জনাজাত৷ সেইদিনা দহ জুলাই ৷ দিনৰ…

পোনপ্ৰথমে অসমৰ এগৰাকী শীৰ্ষস্থানীয় ব্যঙ্গলেখক, সমালোচক, গল্পকাৰ, ঔপন্যাসিক তথা প্ৰকাশক শ্ৰীযুত সৌমিত্ৰ যোগী দেৱৰ বিষয়ে দুআষাৰ জনাব বিচাৰিছোঁ৷ প্ৰবন্ধকাৰ হিচাপে ১৯৯৬ চনত লেখক জীৱনৰ আৰম্ভণি কৰা সৌমিত্ৰ যোগী ডাঙৰীয়া পাছলৈ প্ৰত্যক্ষ সাংবাদিকতাৰ সৈতে জড়িত হৈ…