মানুহে বাটে-ঘাটে লগ পালে আজিকালি প্ৰায়ে সোধে-‘কি হ’ল,টেনছন বেছি হৈছে নেকি ? আঁতৰৰ পৰা দেখিলে জেওৰা খৰি এডালে ৰাস্তাত ‘কেটৱাক’ কৰি থকা যেনহে লাগে৷’ হয়৷ কথাটো একেবাৰে সত্য৷ অৱস্থা একেবাৰে নাজল-নাথল৷ মোৰ টেনছন বাঢ়িছে,তাকো দ্ৰুতগতিত৷…

: পাণ এখন বনাচোন যাদৱ। মিঠা পাত্তি এশ ষাঠি মাৰিবি। কাঠা, চেখা-চুপাৰি। পাতলা চুপাৰিটো দিবি। আৰু এটা ফিল্টাৰ দে। খাই দিছে বে... ! থানাৰ কাষতে দিন দুপৰতে ডকাইতি! এইটো কি নিউজ হ'ল! আৰে থানাত যে…

মেচত খানাৰ যোগাৰ চলিছে৷ পঙ্কজে চাকৰি পোৱাৰ স্ফূৰ্তিতে গাহৰিৰ খানা পাতিছে৷ গৰমত গোটেইকেইটাৰ অৱস্থা নাই৷ উদি মুদি হৈ বহি আছো৷ মনোজ আৰু আলোকৰ পেটত ইতিমধ্যে ঘুটুং পানী পৰিলেই৷ দুয়ো প্ৰকাণ্ড পেট দুটা উলিয়াই দেৱদাস চিনেমাখনৰ…

ৰাতিপুৱা শুই উঠি দাত ঘঁহি থাকোতেই মোবাইলত এটা বাৰ্তা আহিল। পংকজ দাৰ। পংকজ বৰদলৈ।বিশ্ববিদ্যালয়ৰ আমাৰ আবাসৰ প্ৰাক্তন আবাসী।যোৱাবাৰ 'সতীৰ্থ সন্মিলন'ত চিনাকী হোৱা। আবাস এৰা মোৰেই সাত বছৰ হৈ গ'ল। তেখেতে মোতকৈ ২০বছৰ আগতেই মই থকা…

মেট্ৰিক পৰীক্ষা দি উঠিছোঁ সেইবেলি। চুবুৰীৰ অকণদাৰ বিয়া। দেহে-কেহে খাটিবলৈ হাতত অফুৰন্ত সময়। অকণদাৰ ভনীয়েক অনুপমাই বিয়াৰ আগদিনা হাতৰ মুঠিতে দিয়া পাণখনত চূণেৰে লিখি দিছিল তিনিটা বৰ্ণ- আই এল ইউ! পাণখিলা বুকুৰ মাজত ৰাখি থৈছিলো…

তেওঁক দেখিয়েই প্ৰজ্ঞানৰ আশে পাশে থকা গোটেইকেইজন চেঙেলীয়াই হাতৰ চিগাৰেট পেলাই ফৰিংচিটিকা দিলে ৷ সি সিটো পাৰে মুখ কৰি চিগাৰেট হুপি আছিল বাবে তেওঁক দেখাই নাপালে ৷ তেওঁ প্ৰজ্ঞানৰ ওচৰলৈ আহি পিছফালৰপৰা চিগাৰেটটো তাৰ হাতৰপৰা…

ৰাতিপুৱা পাঁচ বজাৰ পৰা মাকে চিঞৰি গগণ ফালিছে “উঠ ঐ স্কুল নাযাৱ নে কি? কিমান যে শুৱে অ'।মই এই বুঢ়ীয়ে ৰাতিপুৱাতে উঠিলোঁ‌। উফ! এইজনী, উঠ বুজিছ গৈ এপাক ৰাস্তাটোতে খোজ কাঢ়। গাটো গাহৰীজনীৰ লেখিয়া হৈছেগৈ।”…

পুৱাৰ নিয়ৰবোৰ তেতিয়া এটুপ দুটুপকৈ পৰি আছিল। বাৰীৰ ঢাপত থকা বাঁহৰ বেৰাকেইখনত বহি শালিকীকেইজনীমানে পাখীবোৰ ফুলাই জুপুকা মাৰিবহি আছিল। ঠাণ্ডাই সিহঁতৰ মাতৰো তীক্ষ্ণতা কমাই আনিলে। ঘৰৰ মানুহবোৰ তেতিয়াও কম্বলৰ উমৰ মাজতে মাত্ৰ শইকীয়াহে হোলাং এডাল…

দুপৰীয়াৰ ভাতসাজ লৰালৰিকৈ গিলি ইদিয়ট বক্সৰ সন্মুখত একান্তমনেৰে ব্যস্ত হৈ পৰিল লভিতাৰ মাক। এইখনি সময়ে তেওঁক পৃথিৱীৰপৰা আঁতৰাই লৈ যায়। পাৰিবাৰিক খৰিয়ালৰ ধ্যানযোগত থকা আত্মা বিলীন হয় পৰমাত্মাৰূপী চেনেলবোৰত। ইয়াত থকা প্ৰায় প্ৰতিগৰাকী হাইপ্ৰফাইল শাহুৰ…

"ষ্টে অৰ্দাৰ ! কিহৰ ষ্টে অৰ্দাৰ ? যমৰাজ গৰজি উঠিল । কান্ধত লৈ থকা গদাটো মজিয়াত থেকেচা মাৰি যমৰাজ পোন হৈ বহিলে। বাঁও হাতৰ চাবুক ডাল আচাৰ মাৰি শূন্যতে এপাক ঘূৰালে । ভ্ৰুকুটি কৰি, মস্ত…