ফটাঢোল

লিমাৰিক – ধনজিৎ বৰুৱা

নেগুৰ কমি আহি ক্ৰমে বানৰ মানুহ হ’ল
নেগুৰ দালৰ প্ৰভাৱ কিন্তু অলপ থাকি গ’ল
খেনোক দেখি খেক
মন চিন্তা ঠেক
টেঙৰ থাকে উচ্চ ডালত ৰণুৱা পৰি ৰ’ল

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *