ফটাঢোল

কৌতুক – ভাস্কৰজ্যোতি দাস

পঞ্চাছ বছৰৰ পাছত এখন প্ৰাইভেট স্কুলত ক্লাছ ফাইভৰ এডমিছন চলি থাকিব৷ ডাঙৰ গেলেৰীত পেৰেন্টছ, ষ্টুডেন্ট, ফেকাল্টী একেলগে৷
ফেকাল্টী- এঞ্জেল চেকিয়া৷এঞ্জেল আহি এডমিচন ডেস্কৰ আগত হাজিৰ৷
ফেকাল্টী- মাষ্টাৰ এঞ্জেল৷
এঞ্জেল- য়েছ মেম৷
ফেকাল্টী- য়ৌৰ ফাডাৰ্চ নেম?
এঞ্জেল- বুদ্ধেশ্বাৰ চেকিয়া৷
ফেকাল্টী- এণ্ড ইয়’ৰ মাডাৰ?
এঞ্জেল- এঞ্জেলিনা খেখটি চেকিয়া
ফেকাল্টী- গুড৷ ডু য়ু নৌ এনিথিং এবাউত ভূফেন হাজ্ৰিকা?
এঞ্জেল- য়ুপ৷ হি ৱাজ এ গ্ৰেট চিঙ্গাৰ অৱ য়েষ্টাৰ ইয়েৰচ৷
ফেকাল্টী- অ’.কে.৷ নাও চিং ৱান অৱ হিজ চংছ৷
এঞ্জেল- মাই ফেভাৰেট…
এ ফৰ এব্বেলি,
বি ফৰ ভাগত,
চি ফৰ চুমা দিম ঘালত
ফেকাল্টী- ভেৰী গুড৷ য়ু হেভ বিন চিলেক্টেড৷
এঞ্জেল- য়ুপ, থেঙ্কছ মেম৷

এঞ্জেলিনা খেখটি চেকিয়াই বাকী পেৰেন্টচৰ মাজত “গহীন” দিব৷
বুদ্ধেশ্বৰেও গহীন দিব৷ কেৱল পজটো অলপ বেলেগ৷

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *