ফটাঢোল

কৌতুক – কিশোৰ কুমাৰ শইকীয়া

প্ৰেমিক – তুমি মোৰ বাবে কি কি কৰিব পাৰিবা?
প্ৰেমিকা – সকলো।
প্ৰেমিক – মোৰ বাবে বাঘ এটা মাৰিব পাৰিবা?
প্ৰেমিকা – কি ফাল্টু কথা বোৰ কৈ থাকা, অসম্ভৱ!
প্ৰেমিক – চাওঁ‌ তোমাৰ ৱাটচআপটো চাওঁ‌।
প্ৰেমিকা – জান, বাঘটো ক’ত আছে এবাৰ ট্ৰাই কৰি চাঁও।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *