ফটাঢোল

কৌতুক – সৌৰভ শৰ্মা

নগৰীয়া নৰেনৰ ঘৰৰ কাষতে মৰা কুকুৰ এটা পৰি আছিল ৷ৰাতিপুৱাই দেখি নৰেনে নগৰপালিকাৰ অফিচলৈ ফোন কৰিলে,

“হেল্ল’ মই অমুকৰ পৰা কৈছোঁ৷ মোৰ ঘৰৰ ওচৰতে কুকুৰ এটা মৰি আছে।”

অফিচ : কুকৰ মৰি আছে? পুতি থ’ব নোৱাৰেনে নিজে? সাধাৰণ কাম এটাৰ বাবে আমনি নকৰিব।

নৰেন : মইতো ভাবিছিলোৱেই পুতি থও বুলি৷ আকৌ বোলো তাৰ জ্ঞাতি কুটুম্ব কোনোবাই চাবলৈ বিচাৰিবও পাৰে ন। চালেও এবাৰ চাই যাওকহি বুলিহে ফোন কৰিছোঁ‌!

☆★☆★☆

2 Comments

  • সৌৰভ শৰ্মা

    ঔ, এই অধমৰ নাম মৰমৰ আলোচনি খনত,

    Reply
  • Kangkan Borah

    মজ্জা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *